Local, Vocal, Global

চিকিৎসকৰ বিৰুদ্ধে গোচৰ

113

মহামাৰী কভিড ১৯ ক কোনো বেমাৰ নহয় বুলি বিতৰ্কৰ সৃষ্টি কৰা বিতৰ্কিত চিকিৎসক ডাঃ সত্যকাম ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে তেজপুৰ সদৰ থানাত। এজাহাৰ দাখিল কৰিছে ক্ৰীড়া সংগঠক তথা বিজেপিৰ মহিলা মৰ্চাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদিকা মধুস্মিতা হাজৰিকা ডেকাই।