Local, Vocal, Global

গৰ্গ ক’ত? বিমুখ হৈ বংগৰ পৰা উভতিল মহানগৰ আৰক্ষী

56

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ব্যৰ্থ হৈ উভতিল মহানগৰ আৰক্ষী । কলকাতালৈ গৈ গৰ্গ চেটাৰ্জীৰ শুংসূত্ৰই উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে। কলকাতা আৰক্ষীয়ে সহযোগেই নকৰিলে মহানগৰ আৰক্ষীক। গৰ্গ চেটাৰ্জীৰ ঠিকনা বিচাৰি নাপালে আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.