১,৭৫৬ জনলৈ বৃদ্ধি পালে অসমত কৰ’না আক্ৰান্তৰ সংখ্যা।
নতুনকৈ আক্ৰান্ত ৮৪ জন।
আক্ৰান্ত সকলৰ ৩০ জন ডিমা হাছাও,২০ জন হোজাই,১৪ জন বিশ্বনাথ,১০ জন ডিব্ৰুগড়,৩ জন কামৰূপ,২ জন কৰিমগঞ্জ,১ জনকৈ কাছাৰ,ওদালগুৰি আৰু লখিমপুৰৰ
নতুনকৈ আক্ৰান্ত সকলৰ মাজত ২ জন বিমানেৰে আহিছিল।
বুধবাৰৰ দিনটোত এই পৰ্যন্ত ৰাজ্যত আক্ৰান্ত ১৯৫ জন।