Local, Vocal, Global

মহাৰাষ্ট্ৰ, গুজৰাটত নিসৰ্গৰ তাণ্ডৱ আৰম্ভ

আম্ফানৰ পাছত নিসৰ্গৰ তাণ্ডৱ।
সাগৰীয় ঘূৰ্ণীয়ে উগ্ৰ ৰূপ লৈছে মহাৰাষ্ট্ৰত।
১৩০ কিলোমিটাৰ বেগত অহা ধুমুহা-বৃষ্টিপাতত ত্ৰস্তমান মুম্বাই।
বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমান বন্দৰ।
মায়ানগৰীত ১৪৪ ধাৰা জাৰি। জনতাক সতৰ্ক হৈ থকাৰ আহ্বান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ।
গুজৰাটতো নিসৰ্গৰ কালৰূপ।
আগন্তুক ১০-১২ ঘন্টাত নিসৰ্গই অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা মহাৰাষ্ট্ৰ-গুজৰাটত।
দুয়ো ৰাজ্যত জৰুৰীকালীন সেৱাৰ বাবে ৪৩ টা এন ডি আৰ এফ-ৰ দল নিয়োগ।