Local, Vocal, Global

কৰ’নাৰ গ্ৰাসত মহানগৰী

  • গুৱাহাটীত কৰ’নাৰ কালৰূপ
  • এবাৰতে অভিলেখ গঢ়ি মহানগৰীত ২০৩ গৰাকী আক্ৰান্ত
  • ৰাজ্যত নতুনকৈ আক্ৰান্ত ২৭৩ গৰাকী
  • টুইটাৰযোগে পুনৰ লকডাউনৰ প্ৰতি মহানগৰবাসীৰ সহযোগীতা কামনা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
    ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৯১৯লৈ বৃদ্ধি।