Local, Vocal, Global

কোনে মাৰিব শেষ হাঁহি?

কোনে মাৰিব বিটিচি নিৰ্বাচনত শেষ হাঁহি? হাগ্ৰামা মহিলাৰীৰ চৰকাৰ অব্যাহত থাকিবনে? হিমন্ত বিশ্ব শৰ্মাৰ দাবী সফল হ’ব নেকি? UPPL এ চৰকাৰ গঠন কৰিব পাৰিব নেকি? এই সকলোবোৰ নিৰ্ণয় হ’ব কিছু সময়ৰ পাছত। ভাগ্য।যোৱা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই আজি আৰম্ভ হ’ব ভোট গণনা।১০ টা ট্ৰংৰুমত বন্দী ২৪১ জন প্ৰাৰ্থীৰ ।পুৱা ৮ বজাৰ লগে লগে খোলা হব এই ষ্ট্ৰংৰূম ।ভোট গণনাৰ সময়ত যাতে কোনো উত্তপ্ত পৰিস্থিৰ সৃষ্টি নহয় তাৰ বাবে সাজু কৰি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনি।