অব্যাহত আছে কৰোনাৰ সংহাৰ

- বিগত ২৪ ঘণ্টাত ১৮২ জনৰ দেহত ধৰা পৰিছে কৰোনা
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২৭৭ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৭৬৪৬ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৭৬ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১২০২১ জনলৈ বৃদ্ধি