Local, Vocal, Global

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ জুবিন গাৰ্গৰ

  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ জুবিন গাৰ্গৰ
  • শনিবাৰে পত্নী গৰিমা সহ মুখ্যমন্ত্ৰীক সাক্ষাৎ জুবিন গাৰ্গৰ
  • মুখ্যমন্ত্ৰী আৰু জুবিনৰ বৈঠক সম্পুৰ্ণ সৌজন্যমুলক
  • সাক্ষাতৰ সময়ত উপস্থিত আছিল হৃষিকেশ গোস্বামী আৰু শান্তনু ভৰালীও