আন্তৰ্জাতিক মহিলা দিৱসৰ দিনাই ক্ষোভিত মহিলাৰ ‘BLACK LAW’ উঠাই লোৱাৰ দাবী By MyNewsNE Desk On Mar 8, 2021 Last updated Mar 8, 2021 Share সময়ুক্ত কিষান মৰ্চাৰ ‘BLACK LAW’ বিৰূধী প্ৰতিবাদ ৷ সময়ুক্ত কিষান মৰ্চাৰ সমৰ্থনত আন্তৰ্জাতিক মহিলা দিৱসৰ দিনাই ক্ষোভিত মহিলাৰ ‘BLACK LAW’ উঠাই লোৱাৰ দাবী ৷ সোমবাৰে তিৰ্কীত পৰা ১৫ হেজাৰ আৰু চিঙ্গঘুৰ পৰা ৪ হেজাৰ প্ৰতিবাদী মহিলাৰ দিল্লী অভিমুখী যাত্ৰা ৷ Share FacebookTwitterReddItWhatsAppPinterestEmail