Local, Vocal, Global

Woman goes missing : ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন দেৰগাঁৱৰ ডেইজী ব্ৰহ্ম আহমেদ

নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।

এইবাৰ দেৰগাঁৱৰ বৰুৱাগাঁৱত নিৰুদ্দেশৰ ঘটনা । ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে ডেইজী ব্ৰহ্ম আহমেদৰ নামৰ মহিলাগৰাকী ।
জানিব পৰা মতে,ডেইজী ব্ৰহ্ম আহমেদ ৬ বছৰীয়া এটি সন্তানৰ মাতৃ ।

ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

লগতে পঢ়ক : Tragic Accidents in Lakhimpur : মৰ্মান্তিক দুৰ্ঘটনা; নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথতে মৃত্যু অধ্যাপকৰ