Local, Vocal, Global

Tragic Accidents in Lakhimpur : মৰ্মান্তিক দুৰ্ঘটনা; নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথতে মৃত্যু অধ্যাপকৰ

নিউজ ডেস্ক, ২০ এপ্ৰিল : মৰ্মান্তিক দুৰ্ঘটনা । নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথতে মৃত্যু অধ্যাপকৰ(Tragic Accidents in Lakhimpur)।

লখিমপুৰৰ দল’হাতত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ নিৰ্বাচনী কামৰ পৰা নিজা গাড়ীয়ে লখিমপুৰৰ পৰা ঘৰলৈ অহাৰ পথত নিৰ্বাচনৰ দায়িত্ব থকা এজনলোকৰ বাহন দুৰ্ঘটনা পতিত হয় । ফলত থিতাতে নিহত হয় লোকজন । নিহত লোকজন ৰাজীৱ লেখাৰু বুলি জানিব পৰা গৈছে । ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক আছিল(Tragic Accidents in Lakhimpur) ৷ৰাজীৱ লেখাৰুৰ বাহনখন এখন বাছেৰে মুখামুখি সংঘৰ্ষ হৈছিল ।

লগতে পঢ়ক : HSLC exam result 2024 : ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল;জানো আহক এইবাৰৰ উত্তীৰ্ণ হাৰ