Local, Vocal, Global

BJP Kisan Morcha leader suicide: আপত্তিজনক ফটো ভাইৰেল হোৱাত বিজেপি নেত্রীৰ আত্মহনন

গুৱাহাটী, ১২আগষ্ট : বিজেপি নেত্ৰীৰ আত্মহনন ।শুকুৰবাৰে আত্মহত্য়া পথ বাচি লয় বিজেপিৰ নেত্ৰী গৰাকীয়ে(BJP Kisan Morcha leader suicide) । এগৰাকী বিজেপিৰ নেত্ৰীৰ আত্মহননে এতিয়াই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে(Assam BJP Kisan Morcha leader kills self after her) ।

খবৰ অনুসৰি বিজেপিৰ নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল আৰু তাৰ পাছতে আত্মহনন কৰে নেত্ৰীগৰাকীয়ে ।জানিব পৰা মতে, বিজেপিৰ নেত্ৰী গৰাকীৰ উজনি অসমৰ এজন উচ্চ পদস্থ বিষয়া লগত এই অন্তৰংগ ফটো ভাইৰেল হৈছিল ।জানিব পৰা মতে, এি দুই নেতা আৰু নেত্ৰীৰ মাজত বিবাহ বৰ্হিভূত সম্পৰ্ক আছিল ।

মৃত বিজেপিৰ নেত্ৰীগৰাকী বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ বুলি জানিব পৰা গৈছে । চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল তহবিলদাৰ(Woman BJP leader dies by suicide in Guwahati after intimate photos with party leader surface online)।

বিজেপিৰ নেত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বামুণীমৈদানৰ নিজ বাসগৃহত আত্মহত্য়া কৰে ।বিজেপিৰ নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া(Assam BJP Kisan Morcha leader kills self after her objectionable photo goes viral) ।

মৃত ইন্দ্রানী তহবিলদাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিসা মহাবিদ্য়ালয়ত ৰখা হয় ।

লগতে পঢ়ক :TET teacher found dead in khanapara: মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ শিক্ষকৰ মৃতদেহ