Local, Vocal, Global

আইজলত নকল টকাসহ মহিলাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২৭ মাৰ্চঃ শনিবাৰে মিজোৰামৰ আইজলত নকল ভাৰতীয় মুদ্ৰাৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি, সীমান্ত সুৰক্ষা বাহিনী আৰু বিশেষ নাৰ্কোটিক্স আৰক্ষীৰ সহযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

হিলাগৰাকীৰ পৰা আৰক্ষী বিষয়াসকলে ১১,৩৫,৬০০ টকাৰ নকল নোট উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, মহিলাগৰাকীৰ লগত ১০০, ২০০ আৰা ৫০০ টকীয়াৰ ১১,৩৫,৬০০ টকা আছিল।

অৱশ্যে বিষয়টোৰ ওপৰত আৰক্ষীয়ে এতিয়াও তদন্ত চলায় আছে।