Local, Vocal, Global

wine shope will remain close today in guwahati : আজি গুৱাহাটী মহানগৰীত বন্ধ থাকিব সুৰাৰ বিপণী

নিউজ ডেস্ক,১এপ্ৰিল : আজি গুৱাহাটী মহানগৰীত বন্ধ থাকিব সুৰাৰ বিপণী।

সুৰা বিক্ৰীৰ ক্ষেত্ৰত এক নতুন সমস্যাত পৰিছে সুৰাৰ বিপণীসমূহ। চৰকাৰে নতুনকৈ নিৰ্ধাৰণ কৰা দামৰ বাবে আহি পৰিছে এই সমস্যা। নতুন দামৰ লেবেলিং কৰিব পৰা নাই সুৰা বিপণীসমূহে। যাৰ বাবে আজি বন্ধ হৈ আছে গুৱাহাটীত সুৰাৰ বিপণী। সুৰা বিপণী খুলিলেই বৰ্ধিত মুল্যত ক্ৰয় কৰিব লাগিব সুৰাৰ বটল। পুৰণি দামত বিক্ৰী নহয় সুৰা(wine shope will remain close today in guwahati)।

লগতে পঢ়ক :Assam CM kicks off poll campaign in Majuli through mega cycle rally : যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ