Watch | Minister Piyush Hazarika present at Dergaon: দেৰগাঁও পৌৰ সভাত উপস্থিত মন্ত্ৰী পিষুষ হাজৰিকা
দেৰগাঁও: কাইলৈ অৰ্থাৎ 15 মাৰ্চৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমী বিষয় লৈ দলীয় কাৰ্য্যকর্তাৰ লগত আলোচনাত বহে মন্ত্ৰী পিষুষ হাজৰিকা।
মন্ত্ৰী পিষুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত জনায় ,যে প্ৰায় 90 শতাংশ প্ৰস্তুতিৰ কাম ইতিমধ্যে সমাপ্ত হৈছে।