Local, Vocal, Global

Watch | Congress president Bhupen Bora press conference in Jonai: জোনাইত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সংবাদ মেল

ধেমাজী: কংগ্ৰেছ কৰ্মীক দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত ন্যায় বিচাৰি সংবাদ মেল। জোনাই ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ সংবাদ মেল সম্বোধন কৰে জোনাইত। জোনাইত উপস্থিত হৈ দুৰ্বৃত্তই আক্ৰমণ বলি হোৱা কংগ্ৰেছ কৰ্মী খবৰ লোৱা লগতে সংবাদ মেল সম্বোধন কৰে সভাপতি গৰাকীয়ে।