Local, Vocal, Global

Watch | BJP leaders and workers joining Congress after leaving the AGP party: পঞ্চায়ত নিৰ্বাচনৰ পিছতেই শক্তিবৃদ্ধি পালে কংগ্ৰেছৰ

নিউজ ডেস্ক : পঞ্চায়ত নিৰ্বাচনৰ পিছতেই শক্তিবৃদ্ধি পালে কংগ্ৰেছৰ ।
২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি ,অগপ দলত মোক্ষম আঘাত ।
২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদানৰ জোৱাৰ ।
বিজেপি ,অগপ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান নেতা-কর্মীৰ ।
কংগ্ৰেছত যোগদান কৰিবলৈ ভিৰ কৰিছে বিজেপি-অগপৰ নেতা-কৰ্মীয়ে ।
নাৰায়ণপুৰৰ গৰুবন্ধাত কংগ্ৰেছৰ বৃহৎ যোগদান কার্যসূচী।
কংগ্ৰেছী নেতা নাৰায়ণ ভূঞাৰ নেতৃত্বত কংগ্ৰেছত যোগদান কার্যসূচী।