Local, Vocal, Global

IPLৰ পুৰ্বেই বিৰুষ্কাই দিলে ভাল খবৰ

হাৰ্দিক পাণ্ডিয়া- নাটাছাৰ পিছত সুখবৰ আহিছে বিৰাট–অনুষ্কাৰ সংসাৰলৈ। বিৰাট–অনুষ্কাৰ সংসাৰলৈ নতুন আলহী। ছচিয়েল মিডিয়াযোগে এই কথা জনালে বিৰুষ্কাই। জানুৱাৰীত বিৰাট–অনুষ্কাৰ জীৱনলৈ আহিব নতুন আহী। পিতৃ–মাতৃৰ গৌৰৱ অৰ্জন কৰিব তাৰকী দম্পতীয়ে।