Local, Vocal, Global

Union Home Minister Amit Shah to Visit Assam Today : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক,২৯এপ্ৰিল : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে।অংশগ্ৰহণ কৰিব এক ৰোড শ্বত(Union Home Minister Amit Shah to Visit Assam Today)।

বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’ অমিত শ্বাহৰ। মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ কৰিব ৰোড শ্ব'(Union Home Minister Amit Shah to Visit Assam Today)।

লগতে পঢ়ক : Vehicular Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit : কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণক লৈ যান-বাহন আৰক্ষীয়ে মহানগৰত জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা