Local, Vocal, Global

প্ৰথমবাৰৰ বাবে OXFORD UNIVERSITY STUDENTS UNION ৰ অধ্যক্ষৰ পদলৈ ভাৰতীয় সন্তান ৰশ্মি চামান্তৰ মনোনয়ন। ৫ দিনৰ ভিতৰত পদত্যাগৰ হুংকাৰ

পোনপ্ৰথমবাৰৰ বাবে ভাৰতী সন্তানৰ OXFORD UNIVERSITY STUDENTS UNION ৰ অধ্যক্ষ পদলৈ মনোনয়ন। ২২ বছৰীয়া ৰশ্মি চামান্ত কৰ্ণাটকৰ ইউদুপি জীয়ৰী। ফেব্ৰুৱাৰীৰ ১১ তাৰিখে ৰশ্মিক OXFORD UNIVERSITY STUDENTS UNION ৰ অধ্যক্ষ পদলৈ নিৰ্বাচিত কৰা হৈছিল। পিছে OXFORD UNIVERSITY ৰ MSC ৰ ENERGY SYSTEM বিভাগে ৰশ্মি চামান্তক ৫ দিনৰ ভিতৰত পদত্যাগৰ নিৰ্দেশ প্ৰদান কৰিছে। চোছিয়েল মিডিয়াত সীমা বিৰোধী আৰু জাতিবাদকলৈ কৰা মন্তব্যৰ বাবে  ৰশ্মিক পদত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছত ৰশ্মিয়ে ক্ষমা বিচাৰিছিল । যদিও তাৰ পৰা ৰশ্মিয়ে কোনো সুফল নাপালে আনকি অনতি পলমে ৰশ্মিক পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে।