Local, Vocal, Global

MR. PERFECTIONIST আমিৰ খানৰ সৈতে ELLI AVRAM ৰ ITEM SONG। ELLI এ ITEM SONG শব্দটোৰ তীব্ৰ বিৰোধীতা কৰি প্ৰকাশ কৰিলে নিজৰ মন্তব্য

বলীউডৰ MR. PERFECTIONIST আমিৰ খানৰ সৈতে ELLI AVRAM এ অলপতে এটা ITEM SONG ত একেলগে কাম কৰিছে। ELLI এ MR. PERFECTIONIST আমিৰ খানৰ লগত একেলগে কাম কৰাৰ সুন্দৰ অভিজ্ঞতা ব্যক্ত কৰিছে। লগতে তেওঁ ITEM SONG ত কাম কৰাৰ পিছতেই ITEM SONG শব্দটোৰ তীব্ৰ বিৰোধীতা কৰি ক’লে যে, ITEM SONG শব্দটোৰ পৰা মই অসুবিধা অনুভৱ কৰো, কিয়নো আমাক তেতিয়া পৰোক্ষভাৱে THE GIRL AN ITEM বুলি কোৱা হয়।