Local, Vocal, Global

কংগ্ৰেছত ব্যাপক খহনীয়া ;শীৰ্ঘে দুই কংগ্ৰেছৰ নেতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা

নিউজ ডেস্ক,৯ ডিচেম্বৰ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। দুই কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে(Two Congress Leaders to Quit Party)।

এইবাৰ নামনি অসমত কংগ্ৰেছৰ খহনীয়াৰ সম্ভাৱনা । শীৰ্ঘে দুই কংগ্ৰেছৰ দুই নেতা বিজেপিত যোগদানৰ সম্ভাৱনা আছে(Two Congress Leaders to Quit Party) ।

বিজেপিত যোগদানৰ সম্ভাৱনা শংকৰ প্ৰসাদ ৰায় আৰু কুলদীপ বৰুৱাৰ ।উল্লেখ্য যে, শংকৰ প্ৰসাদ ৰায় প্ৰাক্তন আছু তথা কংগ্ৰেছী নেতা । ইফালে কুলদীপ বৰুৱা আছিল ২০২১ ৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ।

লগতে পঢ়ক :BJP is Scared Now that Rahul Gandhi has Come in Like a Lion : ‘ৰাহুল গান্ধী সিংহৰ দৰে আহিছে বাবে ভয় খাইছে বিজেপিয়ে’ – সাংসদ গৌৰৱ গগৈ