Local, Vocal, Global

তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনা,নিহত এজন…

ডিজিটেল ডেস্ক:-হোলীৰ আনন্দ উল্লাসৰ মাজতে মঙলবৈৰে তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনা ।দুৰ্ঘটনাত কেইবাগৰকী লোক আহত হয়।জানিব পৰা মতে ,তিতাবৰ গড়-আলি কাছজানত টেম্পো আৰু পালচাৰ বাইকৰ মাজত সংঘৰ্ষ হয়।সংৰ্ষত থিতাতে নিহত হয় এজন।নিহত লোকজন দিব্যজ্যোতি দত্ত বুলি জানিব পৰা গৈছে।ঘৰ দেওঘৰীয়া গ্ৰান্টত ।দুৰ্ঘটনা সংঘটিত হোৱা টেম্পোখনৰ নম্বৰ হৈছে AS 03 CC3779 আৰু পালচাৰ 2020 পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 03 AF 6437।নিহত দিব্যজ্যোতি দত্ত বাইকখনৰ চালক আছিল।