Tragic Road Accident in Samuguri : শোকাৱহ দুৰ্ঘটনা;থিতাতে নিহত এজন

নিউজ ডেস্ক, ৪ মাৰ্চ : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত এজন(Tragic Road Accident) ।
চামগুৰিৰ আমনিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷ দেওবাৰে নিশা সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো(Tragic Road Accident in Samuguri) ।
দুৰ্ঘটনাত থিতাতে নিহত হয় চাইকেল আৰোহী ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়৷
লগতে পঢ়ক : Tragic Road Accident : আল্ট্ৰাবাছ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘর্ষ