Local, Vocal, Global

Tragic Road Accident : আল্ট্ৰাবাছ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘর্ষ

নিউজ ডেস্ক, ৩ মাৰ্চ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন (Tragic Road Accident) ।

চাবুৱাত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো ।দেওবাৰে চাবুৱাত মুৰিপতিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ।

জানিব পৰা মতে, আল্ট্ৰাবাছ আৰু পালচাৰ মটৰ চাইকেলৰ মাজত মুখামুখি সংঘর্ষ হয় ফলত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন ।

লগতে পঢ়ক : Dumper catches fire on Parbotjhora highway : ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন ডাম্পাৰ