Local, Vocal, Global

Tragic Road Accident in Guwahati : মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী

নিউজ ডেস্ক,২৭মাৰ্চ : মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী(Tragic Road Accident in Guwahati) ।

মঙলবাৰে নিশা মহানগৰীৰ বৰবাৰীৰ মেগজিনত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।ভিআইপি ৰোডৰ মেগজিনত সংঘটিত এই দুৰ্ঘটনাটো।

তীব্রবেগী ট্ৰাক আৰু বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হয় । তীব্রবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী।নিহত বাইক আৰোহীজন টংলাৰ জিতু কলিতা বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন(Tragic Road Accident in Guwahati)।

ছয়মাইল দিশৰ পৰা আহি আছিল বাইক আৰোহীজন।

লগতে পঢ়ক : 5 Chinese Nationals Killed In Suicide Bomb Attack : পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ;নিহত ৫জন চীনা নাগৰিকৰসহ এজন পাকিস্তনী নাগৰিক