Local, Vocal, Global

Margherita youth missing : ২৪ মাৰ্চৰ পৰা সন্ধানহীন মাৰ্ঘেৰিটাৰ সুৰজ তামাং

নিউজ ডেস্ক,২৭মাৰ্চ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Margherita youth missing)।

মাৰ্ঘেৰিটাৰ লোক সন্ধানহীন । মাৰ্ঘেৰিটাৰ পাৱৈ বনগাঁৱৰ পৰা সন্ধানহীন এজন লোক। ২৪ মাৰ্চৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে সুৰজ তামাং মানৰ লোকজন। লোকজনৰ নিৰুদ্দেশক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে। ব্যক্তিগৰাকীৰ সন্ধান পালে ৯৯৫৪৮-৮২৬৫১ নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ(Margherita youth missing)।

লগতে পঢ়ক : Tragic Road Accident in Guwahati : মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী