Local, Vocal, Global

Tragic Accidents in Moran : শোকাৱহ দুৰ্ঘটনা;নিহত হেণ্ডিমেন

নিউজ ডেস্ক,১০এপ্ৰিল : এক শোকাৱহ দুৰ্ঘটনা । নিহত হেণ্ডিমেন(Tragic Accidents in Moran) ।

মৰাণৰ ঝলমত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখনকৈ ট্ৰাক, এখন টাটা INTRA বাহনৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ । ফলত থিতাতে নিহত হয় হেণ্ডিমেন ।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত হেণ্ডিমেনজনৰ পৰিচয়। মৃত হেণ্ডিমেনজনৰ পকেটৰ পৰা উদ্ধাৰ হৈছে দুটা ড্ৰাগছৰ কণ্টেইনাৰ।

লগতে পঢ়ক : Tragic Accidents in Dergaon : দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী নৈশ বাছ