Local, Vocal, Global

Tragic Accidents in Dergaon : দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী নৈশ বাছ

নিউজ ডেস্ক,১০ এপ্ৰিল : দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন।

জানিব পৰা মতে,গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে আহি আছিল বাছখন।সেই সময়তে ৰঙামাটিৰ টোলগেটৰ সমীপতে সংঘটিত পথ দুৰ্ঘটনাটো।এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হয় কেইবাজনো । আহত লোকসকলক বৰ্তমান উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে(Tragic Accidents in Dergaon)।

লগতে পঢ়ক : Wife Killed Her Husband : ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক