Local, Vocal, Global

আজি বলীউডৰ কুইন কংগনা ৰানাৱটৰ ৩৬ সংখ্যাক জন্মদিন…

ডিজিটেল ডেস্ক:-কংগনা ৰাণাৱটৰ আজি ৩৬ তম জন্মদিন। ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ বহুমুখী অভিনেত্ৰীসকলৰ ভিতৰত কংগনাই ২০০৬ চনত গেংষ্টাৰ ছবিখনৰ অভিনয়ৰ জড়িয়তে ছবি জগতৰত ভৰি দিছিল।ছবি জগতত ভতি দিয় নিজৰ বহুমুখী অভিনয়েৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছিল।নিজৰ অভিনয়ৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিছিল।প্ৰায় দুটা দশকজুৰি বলীউডত ৰাজ কৰিছে বলীউডৰ কুইন কংগনা ৰাণাৱটে।

এটা ভিডিঅ’ত আজি কংগনা ৰাণাৱতক সেউজীয়া আৰু গুলপীয়া ৰেচমশাৰী, বিশাল সোণালী নেকলেচ, সোণালী কাণফুলি আৰু ৰঙা বিন্দিৰ সৈতে দেখা যায়। ভিডিঅ’টো শিৰোনাম দিছিল লিখিছিল, “আজি মোৰ জন্মদিনত মোৰ হৃদয়ৰ পৰা বাৰ্তা…”কংগনাই কৈছিল, “মেৰে শত্ৰু, জিনহোনে আজতক মুঝে কভি আৰাম নহী কৰনে দিয়া, চাহে জিতনি ভি চাফলটা মিলি, ফিৰ ভি মুঝে চাফলটা কে মাৰ্গ পে তাতপাৰ ৰাখা। মুঝে লাৰনা, সংগ্ৰাম কৰ্ণ সিখয়া। উঙ্কি ভি মে হুমেচা আভাৰী ৰাহুগী ।মই যিমানেই সফল নহওঁক কিয়, তেওঁলোকে মোক মোৰ ভৰিৰ আঙুলিৰ ওপৰত ৰাখিছিল, সফলতাৰ পথত।

কংগনাই ১৬ বছৰ বয়সত মডেলিংৰ পৃথিৱীত ভৰি দিছিল। কিন্তু তেওঁ অভিনয়ত এটা নাম অৰ্জন কৰিব বিচাৰিছিল। ইয়াৰ বাবে কংগনাই ২০০৬চনত ‘গেংষ্টাৰ’ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে।