তিৱা পৰিষদৰ নিৰ্বাচনত অপ্ৰতিৰোধ্য বিজেপি, কোন ক’ত জিকিল?

১ নং জমাদাৰী সমষ্টি- দুলাল ব্ৰহ্ম,বিজেপি
২ নং বৰনগনী সমষ্টি- অংকুৰ দেউৰী,বিজেপি
৩ নং ভোৰবন্ধা সমষ্টি- বিনয় কোঁৱৰ,বিজেপি
৪ নং কোঁৱৰগাঁও সমষ্টি- জীৱনচন্দ্ৰ কোঁৱৰ,বিজেপি
৫ নং ঢ়েকিফলা সমষ্টি- বীনাপানী বৰদলৈ,বিজেপি
৬ নং মনিপুৰ সমষ্টি- আইমণি পাটৰ,বিজেপি
৭ নং গড়মাৰী সমষ্টি- ৰুনামনি বড়োদাস,অগপ
৮ নং ঘগুৱা সমষ্টি- মিহিৰাম বৰদলৈ,বিজেপি
৯ নং দামাল সমষ্টি- পৱন মান্তা,বিজেপি
১০ নং তেতেলীয়া সমষ্টি- খগেন চন্দ্ৰ বৰদলৈ,বিজেপি
১১ নং জোনবিল সমষ্টি- বিজিতা দৈমৰী,বিজেপি
১২ নং নখোলা সমষ্টি- তুলসী বৰদলৈ,বিজেপি
১৩ নং নেলী-খোলা সমষ্টি- জীৱন কোঁৱৰ,বিজেপি
১৪ নং গোভা সমষ্টি- মণিৰাম পাটৰ,বিজেপি(বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী)
১৫ নং বিহুবাৰী সমষ্টি- পিতাম্বৰ বৰদলৈ,বিজেপি
১৬ নং শলমাৰী সমষ্টি- নয়নমণি দৈউৰী,বিজেপি
১৭ নং ভোমৰাগুৰি সমষ্টি- দেৱকান্ত বৰদলৈ,বিজেপি
১৮ নং চাৰিপুনীয়া চাবুকধৰা সমষ্টি- মদন দৈউৰী,বিজেপি
১৯ নং বৰচিলা সমষ্টি- চম্পেশ্বৰ বৰদলৈ, অগপ (মিত্ৰজোঁট)
২০ নং বাৰপুজিয়া সমষ্টি- কমল বৰদলৈ, বিজেপি
২১ নং তপাকুছি সমষ্টি- সৰোজ কোঁৱৰ,বিজেপি
২২ নং পুখুৰীপাৰ সমষ্টি- বিশ্বজ্যোতি পাটৰ,বিজেপি
২৩ নং জৰাবাৰী সমষ্টি- গীতামণি কলিতা ভূঞা, বিজেপি
২৪ নং জোঙালবলহু সমষ্টি- প্ৰণৱজ্যোতি মচৰং,বিজেপি
২৫ নং চহৰী সমষ্টি- মোহন সেনাপতি, বিজেপি
২৬ নং ডিমৰীয়া সমষ্টি-মিলেশ্বৰ দেউৰী, বিজেপি
২৭ নং কাকী সমষ্টি- বিজুমণি বৰদলৈ, কংগ্ৰেছ
২৮ নং লুটুমাৰী সমষ্টি- বিতু বৰদলৈ, বিজেপি
২৯ নং কমাৰগাঁৱ সমষ্টি- অজিত পাটৰ, বিজেপি
৩০ নং নামবৰ লালুঙ সমষ্টি- ইন্দ্ৰ বৰদলৈ, বিজেপি
৩১ নং লালুঙপাৰ সমষ্টি- মদন বৰদলৈ, বিজেপি
৩২ নং ডিগাৰু সমষ্টি- জবা ইংতি, বিজেপি
৩৩ নং ক্ষেত্ৰী সমষ্টি- দিব্যলতা বৈশ্য, বিজেপি
৩৪ নং সোণাপুৰ সমষ্টি- পৰেশ ৰহাং, বিজেপি
৩৫ নং আমপ্ৰি সমষ্টি- ভৱেশ কাথাৰ, বিজেপি
৩৬ নং ফং আৰি সমষ্টি- টিকেন বসুমতাৰী, বিজেপি