Local, Vocal, Global

Watch | Titabar flood: তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওপেটা কুমাৰভেটি অঞ্চলত বানৰ তাণ্ডৱ

তিতাবৰ : তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওপেটা কুমাৰভেটি অঞ্চলত বানৰ তাণ্ডৱ। চাৰিওফালে কেৱল পানী আৰু পানী । যমৰ যাতনা ভুগিছে কুমাৰভেটি অঞ্চলৰ ৰাইজে কলৰ ভূৰেই সাৰথি হৈ পৰিছে বানাক্ৰান্তৰ । নাই কোনো জন প্ৰতিনিধি । এসাজ যদি খাইছে এসাজ লঘোনে কতাইছে বানাক্ৰান্তই । অন্ন,বস্ত্ৰ ,বাসস্থানৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িত ৰাইজে। স্থানচ্যুত কৰিছে ৰাইজৰ লগতে বন্যপ্ৰানীকো । কৃষি আৰু অন্যান্য, ব্যৱসায় কাৰ্য্যকলাপতো ব্যাঘাত জন্মাইছে।

লগতে পঢ়ক: Watch | Goalpara eviction : গোৱালপাৰাৰ উচ্ছেদৰ পূৰ্বেই উচ্ছেদ স্থলীৰ জুমা নামাজত অংশগ্ৰহণ কৰিব যোৱা লোকক বাধা প্ৰদান আৰক্ষীৰ