Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগুত সংস্পৰ্শৰ তালিকাত কোন কোন ?

MyNews Bureau by MyNews Bureau
July 19, 2020
in Assam, COVID-19
0
বাঘজানৰ ক্ষতিগ্ৰস্ত ১১ টা পৰিয়ালক ২০ লাখ টকাকৈ চেক প্ৰদান অইল ইণ্ডিয়াৰ
0
SHARES
15
VIEWS

RelatedPosts

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ভয়ংকৰ খবৰ। তিনিচুকীয়াৰ উপায়ুক্ত কভিড-১৯ পজিটিভ। কিন্তু তিনিচুকীয়াৰ উপায়ুক্ত ক’ভিড পজিটিভ হোৱাৰ পিছত পোহৰলৈ আহিছে বহুতো ভয়ংকৰ খবৰ। দীঘলীয়া হৈছে উপায়ুক্ত ভাস্কৰ পেগুৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা। ভাস্কৰ পেগুৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকাত আছে মন্ত্ৰী সঞ্জয় কিষান ,আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া বাঘজানৰ অভিশপ্ত জুইত সৰ্বোচ্চ হেৰুৱা ১১ টাকৈ পৰিয়ালৰ লগতে অইল ইণ্ডিয়াৰ বহুতো কৰ্মচাৰী। উল্লেখযোগ্য যে শনিবাৰে বাঘজানৰ ১১টা পৰিয়ালক চেক প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল উপায়ুক্ত ভাস্কৰ পেগুয়ে। ইফালে উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল। উপায়ুক্ত গৰাকীৰ কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত।

জিলা প্ৰশাসনে ইতিমধ্যে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আৱাস গৃহ কণ্টেইনমেণ্ট জ’ন ঘোষণা। জিলা উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই জিলা উপায়ুক্তৰ কাৰ্যালয় ঘোষণা কৰা হয় কণ্টেইনমেন জ’ন।

।

Previous Post

কলিয়াবৰত এখন দলঙে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক

Next Post

৩ দিনত ১ লাখ সংক্ৰমণেৰে ভয়াৱহ স্থিতিত ভাৰত

MyNews Bureau

MyNews Bureau

Related Posts

Assam

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021
Assam

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021
Assam

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021
Assam

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021
Assam

সকলোকে কন্দুৱাই নৱগ্ৰহ শ্মশানত শেষ বিদায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ

April 22, 2021
Assam

সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত তাহানিৰ কড়ি খেল

April 22, 2021
Next Post
শিৱসাগৰত ভয়াৱহ গণসংক্ৰমন

৩ দিনত ১ লাখ সংক্ৰমণেৰে ভয়াৱহ স্থিতিত ভাৰত

শিৱসাগৰত ভয়াৱহ গণসংক্ৰমন

৩ দিনত ১ লাখ সংক্ৰমণেৰে ভয়াৱহ স্থিতিত ভাৰত

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.