Local, Vocal, Global

৩ দিনত ১ লাখ সংক্ৰমণেৰে ভয়াৱহ স্থিতিত ভাৰত

  • ৩ দিনত ১ লাখ সংক্ৰমণেৰে ভয়াৱহ স্থিতিত ভাৰত
  • দেশত ২৪ ঘন্টাত ৩৪,৮৮৪ লোক আক্ৰান্ত,৬৭১ গৰাকীৰ মৃত্যু
  • এই পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যা ১০,৭৬,৭৪৭ গৰাকীলৈ বৃদ্ধি,মৃত্যু ২৬,৮২৮ গৰাকীৰ
  • সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ২,৯২,৫৮৯ গৰাকী আক্ৰান্ত,মৃত্যু ১১,৪৫২ গৰাকীৰ
  • তামিলনাদুত ১,৬০,৯০৭ গৰাকী আক্ৰান্তৰ বিপৰীতে মৃত্যুৰ সংখ্যা ২,৩১৫ গৰাকীলৈ বৃদ্ধি
  • তৃতীয় স্থানত থকা ৰাজধানী দিল্লীত আক্ৰান্ত ১,২০,১০৭ গৰাকী,এই পৰ্যন্ত মৃত্যু ৩,৫৭১ গৰাকীৰ
  • বিশ্বত আক্ৰান্ত ১,৪৩,০৬,৬২৪ গৰাকী,মৃতকৰ সংখ্যা ৬,০১,৬৭৪ লৈ বৃদ্ধি