তিনিচুকীয়াত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন

- তিনিচুকীয়া জিলাৰ টিপুকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
- ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় ৰবিন কৰ্মকাৰ নামৰ লোকজন
- তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা
- দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS23CC-2651
- ঘটনাৰ পিছতে উক্ত পথ অৱৰোধ কৰে স্থানীয় ৰাইজে
- অৱশেষত তালাপ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে