Local, Vocal, Global

তিনিচুকীয়াত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন

53
  • তিনিচুকীয়া জিলাৰ টিপুকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
  • ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় ৰবিন কৰ্মকাৰ নামৰ লোকজন
  • তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে  এই দুৰ্ঘটনা
  • দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS23CC-2651
  • ঘটনাৰ পিছতে উক্ত পথ অৱৰোধ কৰে স্থানীয় ৰাইজে
  • অৱশেষত তালাপ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে