Local, Vocal, Global

মহানগৰীত পুনৰ হ’ব লকডাউন

  • সোমবাৰৰ পৰা গুৱাহাটীত কঠোৰ লকডাউন
  • সোমবাৰৰ ৰাতিপূৱাৰে পৰা কাৰ্যকৰী  হ’ব এই লকডাউন
  • শীঘ্ৰেই হ’ব পাৰে লকডাউনৰ আনুষ্ঠানিক ঘোষণা
  • মুখ্যমন্ত্ৰীৰে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত এই সিদ্ধান্ত
  • লকডাউন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি সংবাদমেল
  • দিনৰ ১২ঃ৩০ বজাত NHM কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই সংবাদমেল
  • সম্প্ৰতি মহানগৰীৰ ১১টা ৱাৰ্ডত আছে লকডাউন
  • মহানগৰীৰ প্ৰতিটো প্ৰান্ততে ওলাইছে কৰ’না আক্ৰান্ত