টাইগাৰ শ্ৰফ আৰু দিচা পাটানীৰ বিয়া

টাইগাৰ শ্ৰফ আৰু দিচা পাটানীৰ বিয়াৰ খবৰে এতিয়া ছ’চিয়েল মিডিয়াক গৰম কৰি ৰাখিছে।পুত্ৰ টাইগাৰ আৰু ভাবী বোৱাৰী দিচাৰ বিয়াক লৈ জেকি শ্ৰফে আগবঢ়ালে মতামত। ২মাৰ্চ তাৰিখে টাইগাৰে সম্পূৰ্ণ কৰিলে ৩১ বছৰ । জন্মদিনৰ দিনাখনেই পিতৃ জেকি শ্ৰফে জনালে পুত্ৰৰ জীৱনৰ বিভিন্ন ভৱিষ্যৎ পৰিকল্পনা। জেকি শ্ৰফে জনালে যে টাইগাৰ শ্ৰফে নিজৰ কেৰিয়াৰৰ লগতে বিয়া পাতি লৈছে। কিন্তু যেতিয়া বিয়াৰ সময় আহিব তেতিয়া বিয়াক লৈয়ো টাইগাৰে গভীৰভাৱে চিন্তা কৰিব।