Local, Vocal, Global

 ২০২৭ বৰ্ষত সাজু হৈ উঠিব বিশ্বৰ প্ৰথমখন অন্তৰীক্ষ হোটেল

বিশ্বৰ পোনপ্ৰথন খন অন্তৰীক্ষ হোটেল সাজু হৈ উঠিব ২০২৭ বৰ্ষত। ‘VOYAGER CLASS’ নামৰ অন্তৰীক্ষ হোটেলখনত ৪০০ তকৈও অধিক লোকে থকাৰ সু-ব্যৱস্থা থকাৰ লগতে থাকিব বাৰ, ৰেষ্টুৰেণ্ট তথা জীমৰ বিশেষ সুবিধা। পৃথিৱীৰ ওচৰত মুঠ ৯০ মিনিটৰ পৰিক্ৰমা কৰিব অন্তৰীক্ষ হোটেল ‘VOYAGER CLASS’ এ।