Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Entertainment

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

ভাৰতৰ অন্যতম মনোৰঞ্জক অনুষ্ঠানত অংশ ল'বলৈ কিয় অস্বীকাৰ কৰিলে তেওঁলোকে?

MyNews Staff Reporter by MyNews Staff Reporter
November 15, 2020
in Entertainment, India
0
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?
0
SHARES
31.6k
VIEWS

RelatedPosts

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

ব্যংগ সম্ৰাট কপিল শৰ্মাৰ অনুষ্ঠানত অংশ ল’বলৈ অস্বীকাৰ ৫ প্ৰখ্যাত চেলিব্ৰেটীৰ। প্ৰত্যাখ্যান কৰিলে বাৰম্বাৰৰ নিমন্ত্ৰণ। কপিল শৰ্মাৰ অনুষ্ঠান টেলিভিচনৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান। বলীউড তথা অন্য তাৰকাসকলে দ্য কপিল শৰ্মা শ্ব’ত অংশ লৈ প্ৰচাৰ কৰে তেওঁলোকৰ নতুন চলচ্চিত্ৰৰ। কিন্তু এনে কিছু চেলিব্ৰীতি আছে যিয়ে কপিল শৰ্মাৰ অনুষ্ঠানত অংশ লবলৈ অস্বীকাৰ কৰে।

কেইদিনমান পূৰ্বে দ্য কপিল শৰ্মা শ্ব’ত অংশ ল’বলৈ মতা হৈছিল এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ কলা-কুশলীক। ‘মহাভাৰত’ত ভীষ্মৰ চৰিত্ৰ ৰূপায়ণ কৰি প্ৰখ্যাত হৈ পৰা  মুকেশ খান্নাকো এই অনুষ্ঠানত অংশ ল’বলৈ আমন্ত্ৰণ কৰা হৈছিল। কিন্তু এই অনুষ্ঠানত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল অভিনেতাজনে। অভিনেতা মুকেশ খান্নাৰ মতে, অনুষ্ঠানত দ্ব্যৰ্থক অৰ্থাৎ দুইধৰণৰ অৰ্থ বুজোৱা কথা কোৱা হয়। লগতে মহিলাসকলৰ প্ৰতিও বহু সময়ত অসন্মানজনক মন্তব্য কৰা হয়। কিন্তু এইক্ষেত্ৰত আপত্তি দৰ্শোৱাৰ পিছতো কপিল শৰ্মা আৰু তেওঁৰ টীমে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুগামীৰ সংখ্যা কিমান সকলোৱে জানে। অভিনেতা ৰজনীকান্তকো দ্য কপিল শৰ্মা শ্ব’ত অংশ ল’বলৈ বহুবাৰ আমন্ত্ৰণ কৰাৰ পিছতো এই অনুষ্ঠানত ল’বলৈ অস্বীকাৰ কৰি আহিছে দাক্ষিণাত্যৰ অতি জনপ্ৰিয় অভিনেতাজনে ।

ভাৰতৰ কোকিল কন্ঠী তথা প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰেও কপিল শৰ্মাৰ অনুষ্ঠানত অংশ ল’বলৈ অস্বীকাৰ কৰি আহিছে। প্ৰসিদ্ধ গায়িকাগৰাকীক বহুবাৰ এই অনুষ্ঠানত অংশ ল’বলৈ নিমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ বিনম্ৰতাৰে এই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰে।

‘ক্ৰিকেটৰ ভগৱান’ বুলি কোৱা শচীন তেণ্ডলকাৰেও তেওঁৰ আত্মজীৱনীখনৰ প্ৰমোচনৰ সময়তো দ্য কপিল শৰ্মা শ্ব’ত অংশ লোৱা নাছিল। জানিবলৈ পৰা মতে কপিল শৰ্মা অনুষ্ঠানৰ পূৰ্বৰ স্থায়ী অতিথি তথা ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱেও শচীনক আমন্ত্ৰণ জনাইছিল যদিও তেওঁ সেই অনুষ্ঠানত অংশ লোৱা নাই৷

পূৰ্বৰ ভাৰতীয় কেপ্তেইন মহেন্দ্ৰ সিং ধোনীয়েও এই অনুষ্ঠানত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল। আনকি প্ৰয়াত সুশান্ত সিং ৰাজপুত অভিনীত ধোনীৰ আত্মজীৱনীমূলক চলচিত্ৰখনৰ প্ৰমোচনো তেওঁ বহু ঠাইত কৰিছিল যদিও দ্য কপিল শৰ্মা শ্ব’ত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল। আনকি জানিব পৰা মতে তেওঁক সেই অনুষ্ঠানত অংশ ল’বলৈ লিখিতভাৱে মতা হৈছিল।

Tags: indiaTHE KAPIL SHARMA SHOW
Previous Post

আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল তেণ্ডুলকাৰৰ

Next Post

জুৰিয়াৰ গুলীৰপাৰচৰত বনৰীয়া গাহৰিৰ ভয়াবহ আক্ৰমণ

MyNews Staff Reporter

MyNews Staff Reporter

Related Posts

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা
Assam

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

April 20, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।
COVID-19

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা
COVID-19

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

April 13, 2021
হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ
India

হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ

April 11, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা
Big Story

SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

March 25, 2021
Next Post
লখিমপুৰৰ শিমলুগুৰিত এসপ্তাহৰ লকডাউন ঘোষণা

জুৰিয়াৰ গুলীৰপাৰচৰত বনৰীয়া গাহৰিৰ ভয়াবহ আক্ৰমণ

২০১৪ চনত কাৰ ব্যক্তিগত বিমানেৰে দিল্লীলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী ?

২০১৪ চনত কাৰ ব্যক্তিগত বিমানেৰে দিল্লীলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.