Local, Vocal, Global

The administration has declared a local holiday for the Lok Sabha elections : লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰ

নিউজ ডেস্ক,১এপ্ৰিল : লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰ। লোকসভা নিৰ্বাচনত অনুষ্ঠিত হোৱা সমষ্টি সমূহ বন্ধ ঘোষণা । পৃথকে পৃথকে ১৪ লোকসভা সমষ্টিত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৯ এপ্ৰিলত স্থানীয় বন্ধ। ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা(The administration has declared a local holiday for the Lok Sabha elections)।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা। ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৭ মে স্থানীয় বন্ধ ঘোষণা। ৭ মে’ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা।

লগতে পঢ়ক : Arms Recovered in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র; আটক এজন যুৱক