Local, Vocal, Global

ভাৰতত অনুষ্ঠিত হ’ব T20 WORLD CUP 2021 CRICKET খেলখন

চলিত বৰ্ষৰ অক্টোবৰ পৰা নৱেম্ববৰ মাহৰ ভিতৰত ভাৰত অনুষ্ঠিত হ’ব T20 WORLD CUP 2021 CRICKET খেলখন । পোনপ্ৰথমতে T20 WORLD CUP 2021 CRICKET খেলখন অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল । যদিও ২০২১ বৰ্ষৰ পৰিৱৰ্তে ২০২২ বৰ্ষতহে  অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব T20 WORLD CUP CRICKET খেলখন । ইয়াৰ লগতেই  2023 বৰ্ষত এদিনীয়া WORLD CUP CRICKET খেলখনো ভাৰততেই অনুষ্ঠিত হ’ব ।