তেজপুৰত স্থাপন ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক

- তেজপুৰ মেডিকেল কলেজত স্থাপন দ্বিতীয়টো প্লাজমা বেংক
- গুৱাহাটী মেডিকেল কলেজৰ পিছত স্থাপন ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক
- অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে এই প্লাজমা বেংকত
- ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ৪০বছৰীয়া কুশল নাথে শুক্ৰবাৰে প্লাজমা দান কৰে