Local, Vocal, Global

তেজপুৰত পুনৰ পহু উদ্ধাৰ

চৌদিশে বানৰ বিভীষিকা । পুনৰ তেজপুৰ বেচেৰিযাৰ নৰেশ্বৰী থানৰ সমীপৰ ৰাতুল নাথ নামৰ লোক এজনে পহু পোৱালি এটা উদ্ধাৰ কৰে ।  তাৰপিছতে  বনবিভাগক খবৰ দিয়াত বনবিভাগে পহু পোৱালিটো উদ্ধাৰ কৰি নিশাৰ ভাগতে কাজিৰঙাৰ উদ্ধাৰ কেন্দ্ৰত জমা দিয়ে । উল্লেখ্য যে চৌদিশে বানৰ বাবে জীৱ-জন্তৰ অৱস্থা নোহোৱা হৈছে । বানৰ ফলত ওখ ঠাই বিচাৰি বুঢ়াচাপৰি আৰু কাজিৰঙাৰ পৰা আহি জনাঞ্চলত আশ্ৰয় লৈছিল চাৰিটা পহু ।