Local, Vocal, Global

Watch | Terrible situation in Golapara: গোৱালপাৰাত উচ্ছেদস্থলীত বৰ্তমানো ভয়ংকৰ পৰিস্থিতি

গোৱালপাৰা: গোৱালপাৰাত উচ্ছেদস্থলীত বৰ্তমানো ভয়ংকৰ পৰিস্থিতিWatch | Terrible situation in Golapara: গোৱালপাৰাত উচ্ছেদস্থলীত বৰ্তমানো ভয়ংকৰ পৰিস্থিতি

  • গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি,আৰক্ষীৰ গুলিতচালনাৰ পাছত এইবাৰ কেমেৰাৰ সন্মুখতে উচ্ছেদিতক আৰক্ষী বাহিনীৰ লাঠি চালনা
  • আৰক্ষীৰ গুলিতচালনাত নিহত হৈছে এজন লোক
  • নিহত লোকজন চাকোৱাৰ হুছেইন
  • সংঘাতত আহত এজন আৰক্ষীও
  • আৰক্ষীৰ গুলিত আহত কুটুবুদ্দিন শ্বেখ নামৰ আন এজন লোক
  • সংকটজনক অৱস্থাত কুটুবুদ্দিনক জিএমচিএইচলৈ প্ৰেৰণ
  • পুৱা আৰক্ষী-বন বিভাগৰ সৈতে সংঘাত হৈছিল উচ্ছেদিতৰ
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে

লগতে পঢ়ক: Watch | One dead & another injured in Goalpara’s eviction drive : গোৱালপাৰাত আৰক্ষীৰ গুলীচালনাত প্ৰাণ গ’ল এজনৰ