Local, Vocal, Global

নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা !

ডিজিটেল ডেস্ক:- নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা!নিশা মহানগৰীৰ আঠগাঁও উৰণীয়া সেতুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব মতে ছুইফট ডিজায়াৰ আৰু এখন অট’ৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।

উল্লেখ্য যে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰে চালক দুজন। ততাতৈয়াকৈ আহত দুই চালক দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়।সূত্ৰ অনুসৰি, ছুইফট বাহনখনৰ চালকে অত্যধিক মদ্যপান কৰাৰ ফলতে সংঘটিত দুৰ্ঘটনা।