WATCH | Teok News : টীয়কত ছাগলী চুৰৰ সন্ত্ৰাস

টীয়ক,১৪মে’ : টীয়কত ছাগলী চুৰৰ সন্ত্ৰাস। টীয়কৰ ৰজাবাৰী স্থানীয় ৰাইজে কৰায়ত্ত কৰে দুই ছাগলী চোৰক।
বিগত কেইবাদিন ধৰি টীয়কৰ গ্ৰাম্য অঞ্চলত সন্ত্ৰাস চলাই আহিছিল চুৰ কেইটাই।
জানিব পৰা মতে, ছাগলী চোৰ জড়িত যুৱক দুজন ৰাজৈ অঞ্চলৰ(Teok News)।
গোহাঁই পথাৰ দেবা বৰা গৃহৰ পৰা আজি চুৰি কৰোঁতে ৰাইজে হাতে লোতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দুয়োটা চুৰ ৰাইজে কৰায়ত্ত কৰি কাণত ধৰাই আৰক্ষী চমজাই দিয়াৰ লগতে প্ৰশাসনৰ লোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।