Local, Vocal, Global

WATCH | CBSE Exam Results : CBSC পৰীক্ষাৰত উজলিল নগাঁৱৰ ডলি দাস

নগাঁও,১৪মে’ : সদ্য ঘোষিত CBSC পৰীক্ষাত উজলিল নগাঁৱৰ পী এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ডলি দাস।

ছাত্ৰ গৰাকীয়ে বিদ্যালয়খনৰ পৰা শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।

মুঠ ৯৭.৮ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকী(CBSE Exam Results)।

লগতে ছাত্রীগৰাকীৰ এই সাফল্যত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ভৱিষ্যত চিকিৎসক হোৱাৰ সপোন ডলি দাসৰ।

লগতে পঢ়ক : WATCH | Teok News : টীয়কত ছাগলী চুৰৰ সন্ত্ৰাস