ভাৰতীয় চলচিত্ৰ জগতলৈ আন এক দুখবৰ…

বেদনাদায়ক ২০২০! ভাৰতীয় চলচিত্ৰ জগতলৈ আন এক দুখবৰ। দক্ষিণ ভাৰতীয় চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ মৃত্যু। ৭৪ বছৰ বয়সত শেষনিশ্বাস ত্যাগ জনপ্ৰিয় অভিনেতা গৰাকীৰ। নিজ বাসভৱনত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। কেতিয়াবা খুহতীয়া,কেতিয়াবা খলনায়ক আকৌ কেতিয়াবা নায়কৰ অভিনয়ৰে দৰ্শকৰ মন জয় কৰিছিল জয় প্ৰকাশ ৰেড্ডীয়ে।