Local, Vocal, Global

তালিবাণীৰ সমৰ্থক মৌলানা ফাজলুল কৰিম কাঁচিমিক গ্ৰেপ্তাৰ

দৰঙত তালিবাণীৰ সমৰ্থক মৌলানা ফাজলুল কৰিম কাঁচিমিক গ্ৰেপ্তাৰ।

যোৱা নিশা মঙ্গলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কাঁচিমিক।

সামাজিক মাধ্যমত তালিবাণক সমৰ্থন কৰি পোষ্ট দিছিল কাঁচিমিয়ে।

# তালিবানক সমৰ্থন কৰি দৰঙত গেপ্তাৰ হল মৌলানা ফজলুল কৰিম কাছিমি ।

# কাছিমি য়ে সামাজিক মাধ্যম যোগে তালিবানৰ বিষয় সমূহ প্ৰচাৰ কৰাৰ লগতে সমৰ্থন কৰাৰ  অভিযোগ ।

# জমিয়টত অসম ৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে এ আই ইউ দি এফ ৰ সম্পাদক ৰ দায়িত্বত আছিল  মৌলানা ফজলুল হক কাচিমী ।

# মঙলদৈ আৰক্ষীয়ে বৰ্তমান তেখেতক সোধা পোছা অব্যাহত ৰাখিছে ।

হিন্দু মুচলমানৰ বিভেদ কামি মন্তব্য আগবঢ়াই।

তেখেতৰ ওপৰত জাৰি কৰা ধাৰা সমূহ,,,,

Case no 410/21 U/S 120 B / 153 (1) a,c/298/505 (1) b,c/502 IPC