WATCH | Tahir Iqbal : ‘আল্লাই পাকিস্তানক ৰক্ষা কৰক’
নিউজ ডেস্ক,৮মে’ : ‘আল্লাই পাকিস্তানক ৰক্ষা কৰক’
সংসদত উচুপি উঠিল পাকিস্তানৰ সাংসদ তাহিৰ ইকবাল
ভাৰতৰ আক্ৰমণৰ প্ৰসংগত উচুপি উঠিল সাংসদজন
তাহিৰ ইকবালে হুকহুকাই কান্দিলে সংসদত(TahirIqbal)
লগতে পঢ়ক : WATCH | Road Accident : চাপৰৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা